Home ৰাজ্যনগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
A+A-
Reset
707147fc-bac7-4836-8f47-4d14c3348917

newsnextone.comনগাঁওঃ নগাঁৱৰ মধুপুৰত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। মধুপুৰ নামঘৰৰ সমীপৰ পথৰ দাঁতিত মৃতদেহটো পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো। দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী তথা স্থানীয় ৰাইজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0