Home প্ৰযুক্তিঘূৰি আহিল নকিয়াৰ সাপখেল

ঘূৰি আহিল নকিয়াৰ সাপখেল

by News Desk
65 views
A+A-
Reset

ফিনলেণ্ডঃ নকিয়াৰ সাপখেল মনত আছেনে? সেই নষ্টালজিয়াক এক নতুন ৰূপত লৈ আহিছে নকিয়া কোম্পানীয়ে। সুদীৰ্ঘ ১৭ বছৰৰ মুৰত পুনৰ বজাৰলৈ আহিছে সাপখেলৰ সেই শিহৰণ। ৩৩১০ ফিচাৰ মডেলেৰে পুনৰ ঘুৰি আহিছে ন’কিয়া৷ দেৰ দশকৰ মুৰত দেওবাৰে মুকলি কৰা হয় নকিয়া ৩৩১০৷

এইবাৰ পিছে কেমেৰা, ৰেম আৰু বেটাৰীৰে সাজি-কাচি আহিছে নকিয়া ৩৩১০। ২ মেগাপিক্সেল কেমেৰা, ১৬ এমবি ৰেম আৰু ১২০০ মিলিএম্পিয়াৰ বেটাৰি পাৱাৰেৰে ম’বাইলৰ জগতখনত নতুন ৰূপত আহিব নকিয়া। ন’কিয়া ৩৩১০ ৪ টা বিশেষ ৰঙত বজাৰত উপলব্ধ হ’ব৷ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ্টো নাম্মেলাই এই নতুন ফোনটোক হলিডে ফোন আখ্যা দিয়ে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0