72
ডিজিটেল ডেস্কঃ শীঘ্ৰেই বজাৰলৈ আহি আছে ন’কিয়া ৯৷ যোৱা কেইমাহমানৰপৰা স্মাৰ্টফোনৰ বজাৰত চৰ্চাত থকা নকিয়াই ক্ৰমশঃ উপস্থিতি গ্ৰাহকক পুৰামাত্ৰাই অনুভৱ কৰাবলৈ সাজু হৈছে৷
ন’কিয়া ৩, ৫ আৰু ৬ ৰ পিছতেই কেইদিনমানৰ ভিতৰতে স্মাৰ্টফোনৰ বজাৰখনলৈ আহিব ন’কিয়া ৯৷ বছৰটোৰ প্ৰায় শেষৰ ফালে মুকলি হ’ব ন’কিয়া ৯৷