122
লখিমপুৰঃ বৃহস্পতিবাৰে নৰ্থ লখিমপুৰৰ প্ৰেছ ক্লাবত মহেন্দ্ৰ সিঙৰ এখন সংবাদমেলৰ আয়োজন কৰা হয়৷ সংবাদমেলখনত মহেন্দ্ৰ সিঙৰ লগত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰছাদ তাছা, লখিমপুৰ বিজেপিৰ সভাপতি আৰু বিষয়ববীয়াসকল।
উক্ত মেলখনত মহেন্দ্ৰ সিঙে সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰে যে ২০১৪ চনৰ পিছৰপৰা অসমত যাতায়তকে ধৰি বিভিন্ন দিশত উন্নত হৈছে। কংগ্ৰেছৰ ইমান দিন চৰকাৰ আছিল যদিও অসমৰ বাবে একো চিন্তা কৰা নাছিল। বিজেপি চৰকাৰ আহিয়েই অসমৰ বহু উন্নতি হৈছে।