74
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ৰ বিজনেছ প্লানে অনুপ্ৰাণিত কৰিছে এজন ফুচকা বেপাৰীক৷ সেয়ে ফুচকা বেপাৰীয়েও দিছে আনলিমিটেড অফাৰ৷
ইয়াৰ বাবে ১০০ টকীয়া প্ৰাইম মেম্বাৰশ্বিপ ল’লেই হ’ল৷ সদস্য হ’লে যিমান মন যায় সিমান ফুচকা খাব পাৰিব৷