Home দেশ‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশিত দিল্লীৰ শিক্ষা মডেলৰ বাতৰিক লৈ বিতৰ্ক কিয়?

‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশিত দিল্লীৰ শিক্ষা মডেলৰ বাতৰিক লৈ বিতৰ্ক কিয়?

by News Desk
A+A-
Reset
aap-new-times

নতুন দিল্লীঃ নিউয়ৰ্ক টাইমছৰ বাতৰিক লৈ ক্ৰমাৎ তুংগত উঠিছে আম আদমী পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ মাজৰ সংঘাত। ‘নিউয়ৰ্ক টাইমছ’ত দিল্লীৰ শিক্ষা মডেলক লৈ প্ৰথম পৃষ্ঠাত এটি বাতৰি প্ৰকাশ পোৱাৰ পিছতে উক্ত বাতৰিটোক ‘পেইড নিউজ’ আখ্যা দি আপক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বিজেপিয়ে। 

উল্লেখ্য যে ১৮ আগষ্ট, বৃহস্পতিবাৰে নিউয়ৰ্ক টাইমছত উক্ত বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্বসহকাৰে প্ৰকাশ পাইছিল। দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ ছিছ’ডিয়াৰ উধৃতিৰে প্ৰকাশিত বাতৰিটোৰ শিৰোনাম আছিল, ‘Our children are worth it’। ইয়াৰ এদিন পিছতে ১৯ আগষ্টত আবকাৰী নীতিত অনিয়মৰ অভিযোগ তুলি দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীৰ বাসগৃহত প্ৰায় ১৪ ঘণ্টা ধৰি তালাচী অভিযান চলাই কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0