Home ভাইৰেলওদালগুৰিৰ গৰুৱাঝাৰত পথ দূৰ্ঘটনা।

ওদালগুৰিৰ গৰুৱাঝাৰত পথ দূৰ্ঘটনা।

by News Desk
65 views
A+A-
Reset

newsnexoneওদালগুৰি ৮ অক্টোবৰঃ ওদালগুৰিৰ গৰুৱাঝাৰত আজি পুৱা ১১:৩০ বজাত এক ভয়ঙ্কৰ পথ দূৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত মানগ্ৰী মুণ্ডা নামৰ এগৰাকী মহিলা নিহত হয়৷উল্লেখযোগ্য যে নিজৰ স্বামীৰ সৈতে চাইকেলেৰে জীয়েকৰ ঘৰলৈ গৈ আছিল মহিলা গৰাকী।চাইকেলেৰে গৈ থকা অৱস্থাতে এখন ট্ৰাকে পিছ পিনৰ পৰা মহতিয়াই থৈ যায় মহিলা গৰাকীক৷ ফলত ঘটনা স্থলীতে নিহত হয় মানগ্ৰী মুণ্ডা নামৰ মহিতা গৰাকী।ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখন। আজি পুৱা ১১:৩০ বজাত সংঘটিত হয় এই ঘটনা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0