123
ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ মৃতপ্ৰয় হাইড্ৰ’ইলেক্ট্ৰিক প্ৰকল্প অৱশেষত ব্যক্তিগত খণ্ডক অৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বি টি চি প্ৰশাসনে।
মঙলবাৰে ওদালগুৰিত এই কথা ঘোষণা কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বিগত ২ মাৰ্চত ওদালগুৰিত নাগৰিক সভাৰ লগতে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত আজি পুনৰ ওদালগুৰিত উপস্থিত হয়হি বি টি চি প্ৰধান মহিলাৰী।