42
ওদালগুৰিঃ ইতিহাসৰ পাতত বিদায় মাগিলে পুৰণি ২০১৮ বৰ্ষটিয়ে। লগে লগে মাজ নিশা বাৰ বজাৰ পাছত আগমণ ঘটিল বহু আশা প্ৰত্যাশাৰ নতুন বছৰ ২০১৯।
পুৰণিক বিদায়ৰ উদ্দেশ্যে সোমবাৰৰ মাজ নিশা পৰ্যন্ত আনন্দত মতলীয়া হৈ থালি বিশ্ববাসী। সমান্তৰালকৈ ওদালগুৰিৱাসীয়েও নিজৰ আপোন তথা বন্ধুবৰ্গৰ সৈতে লগ হৈ এসাঁজ লগে-ভাগে খাই বিদায় দিলে পুৰণি বৰ্ষটিক।