66
মিছামাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত কলাকুছিৰ এগৰাকী বৃদ্ধ বিগত এসপ্তাহে নিখোজ হৈ আছে।
আব্দুল ৰেজেক নামৰ ৭০ বছৰীয়া বৃদ্ধ গৰাকী যোৱা শুকুৰবাৰে একে গাঁৱৰে সম্পৰ্কীয় লোকৰ ঘৰলৈ ওলাই গৈ নিখোজ হৈ আছে৷