89
মঙলদৈঃ মোবাইল টাৱাৰৰ বেটাৰী চোৰ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল চাৰি চোৰ৷ ছিপাঝাৰৰ দীঘিৰপাৰত পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত দিঘিৰপাৰত মেক্সিম’ পিক আপ ভানলৈ কামৰূপৰ বকোৰ পৰা অহা চোৰক হাতে-লোটে ধৰিলে আৰক্ষীয়ে৷
জানিব পৰা মতে কামৰূপৰ বকোৰ পৰা এটি ৬ জনীয়া চোৰৰ দলে গাড়ী লৈ দৰঙৰ দীঘিৰপাৰত মোবাইল টাৱাৰৰ বেটাৰী চোৰ কৰিবলৈ আহে৷