72
ডিজিটেল ডেস্কঃ এনেকুৱা আইনো থাকিব পাৰেনে য’ত এজন আৰক্ষী বিষয়াক নিৰ্দেশ দিয়া হৈছে যে তেওঁৰ দাঁত ভালদৰে ব্ৰাছ কৰা হ’ব লাগিব৷ বুকু পাৰ চৰাইৰ দৰে লেতেৰা হ’লে, ভৰি চেপেটা আৰু ভোটা হ’লে চাকৰি হেৰুৱাব৷ এনেধৰণৰেই কেতবোৰ অদ্ভুত দফা সন্নিবিষ্ট হৈ আছে যান-বাহন আইন ১৯১৪ খনত৷
এনেকুৱা হাজাৰৰো অধিক আইন আছে যিবোৰৰ আধূনিক ভাৰতত মান্যতা কেৱল সংগ্ৰাহলয়ত ৰখাৰ জোখাৰেহে৷ এনেই আওপুৰণি আইনবোৰ বাতিল কৰাৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ৷