88
লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত কেতেটঙৰ নাকং পথাৰত আজি বিয়লিৰ ভাগত বজ্ৰ পৰি এজন নিহত হয়।
জ্ঞান বাহাদুৰ তামাং নামৰ ৩৭ বছৰীয়া ব্যক্তি গৰাকীয়ে নিজ দোকানত বহি থাকোতেই সংঘটিত হয় এই ঘটনা।