68
ডিজিটেল ডেস্কঃ ৰজনীকান্তৰ বহুচৰ্চিত ছবি কাৰি কালানৰ ছেটত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
উন্মুক্ত বৈদ্যুতিক তাঁৰৰ ওপৰত ভৰি দিয়াৰ ফলতেই ক্ৰিউ মেম্বাৰ জনৰ মৃত্যু হয়। চেন্নাইৰ পুনলমল্লেস্থিত ইভিপি ষ্টুডিঅ’ৰ ৫ কোটিৰ বৃহৎ ছেট এটাত কাম কৰি থকা মাইকেলৰ নামৰ লোকজনৰ এনেদৰে মৃত্যু হয়।