Home ৰাজ্যলকডাউনত যাতায়ত! অনলাইনযোগে বিশেষ ‘পাছ’ৰ ব্যৱস্থা হোজাই জিলা প্ৰশাসনৰ

লকডাউনত যাতায়ত! অনলাইনযোগে বিশেষ ‘পাছ’ৰ ব্যৱস্থা হোজাই জিলা প্ৰশাসনৰ

by News Desk
100 views
A+A-
Reset

মোৰাঝাৰঃ হোজাই জিলাৰ পৰা আন জিলালৈ আৰু আন জিলাৰ পৰা হোজাই জিলালৈ যাতায়াতৰ বাবে হোজাই জিলা প্ৰশাসনে অনলাইনযোগে অনুমতিৰ ব্যৱস্থা কৰিছে। আজি হোজাইৰ অতিৰিক্ত উপায়ুক্তই এক প্ৰেছ বিবৃতিযোগে সদৰী কৰা মতে, অসম চৰকাৰৰ এক নিৰ্দেশনা মৰ্মে হোজাই জিলা প্ৰশাসনে জিলাবাসী ৰাইজক চৰ্তসাপেক্ষে অহা ২৫ ,২৬ আৰু ২৭ এপ্ৰিললৈকে যাতায়াতৰ বাবে অনলাইনযোগে অনুমতি প্ৰদানৰ ব্যৱস্থা কৰিছে।

বিবৃতিত উল্লেখ কৰা মতে, হোজাই জিলাৰ বাবে যান-বাহন চলাচলৰ ই-পাছৰ অনুমতি ল’বলৈ চৰকাৰী পৰ্টেল hojai.assam.gov.in ত আবেদন কৰিব লাগিব আৰু ই-পাছৰ অনুমতি কেৱল মাত্ৰ এটা পথেৰে এবাৰৰ বাবেহে চলাচলৰ অনুমতি দিয়া হ’ব ৷ চিকিৎসাধীন ৰোগীৰ ক্ষেত্ৰত আন জিলাৰ পৰা নিজৰ গৃহ জিলালৈ অহা আৰু চিকিৎসাৰ বাবে নিজৰ গৃহ জিলাৰ পৰা অন্য জিলালৈ যোৱাৰ বাবে বৰ্তমান অৱস্থানৰত ঠাইৰ পৰা সংশ্লিষ্ট জিলা উপায়ুক্তৰ ওচৰত ই-পাছৰ বাবে আবেদন কৰিব লাগিব ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0