মৰিয়নীঃ মঙলবাৰে মৰিয়নী আৰক্ষী বিশেষ ভাৱে ততপৰতা হোৱা দেখা গৈছে৷ ভোট গননাৰ পূৰ্বে অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান। মৰিয়নী নগৰকে ধৰি আশে পাশে কেইবাটাও স্থানত অভিযান চলাই অবৈধ মদৰ ঘাটীত নষ্ট কৰিবলৈ সক্ষম হয়৷ লগতে জব্দ কৰে ভালেমান টকাৰ বিলাতী সুৰা। আৰক্ষীৰ তাতক্ষণিক ভাৱে লোৱা এই পদক্ষেপক সাধাৰণ ৰাইজে আদৰি লৈছে৷লগতে বহুতো মহিলাই আজিৰ অভিযান চলোৱা আৰক্ষীক ধন্যবাদ দিয়ে