বাক্সাৰ চেনীগাঁও বজাৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Home ৰাজ্যবাক্সাৰ চেনীগাঁও বজাৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বাক্সাৰ চেনীগাঁও বজাৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

by News Desk
63 views
A+A-
Reset

নাওকাটাঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে বাক্সা আৰক্ষী। বাক্সা জিলাৰ বিভিন্ন স্থানত চলি অহা অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ লগতে আজি জিলাখনৰ তামুলপুৰ মহকুমাৰ চেনীগাঁও সাপ্তাহিক বজাৰত আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায়৷

দীৰ্ঘদিনৰ পৰা বজাৰখনত মুকলিভাৱে চলি অহা অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই সুৱাগপুৰ আৰক্ষীয়ে। উপ-পৰিদর্শক দীপক শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বজাৰখনত অতৰ্কিতে অভিযান চলাই দেশীয় সুৰাৰ কেইবাটাও ঘাটি উচ্ছেদ কৰাৰ লগতে বুজন পৰিমাণৰ দেশীয় সুৰা নষ্ট কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0