78
গুৱাহাটীঃ কাইলৈ মুক্তি লাভ কৰিব মানৱেন্দ্ৰ অধিকাৰীৰ প্ৰযোজনাত নিৰ্মিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ ‘অথেলো’। অৰ্থ ফিল্মছৰ বেনাৰত নিৰ্মিত ৰজতকমল বঁটাপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা কৰিছে হেমন্ত কুমাৰ দাসে।
সমাজৰ পৰা বৰ্জিত হৈ ৰাজনীতি, সন্ত্ৰাসবাদ আৰু সামাজিক মৰ্যাদা আদিৰ পাকচক্ৰত পৰি লাঞ্ছিত হোৱাৰ পিছত জীৱন যুদ্ধত বৰ্তি থাকিবলৈ মানুহে কিদৰে চেষ্টা কৰে তাৰেই আধাৰত নিৰ্মাণ কৰা হৈছে ‘অথেলো’ ছবিখন।