62
ডিজিটেল ডেস্কঃ ছুইজাৰলেণ্ডৰ আউছি ফিল্ম এৱাৰ্ডছে অসমীয়া ছবি ‘হান্দুক’লৈ আগবঢ়াইছে শীতকালীন ২০১৭ বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ নমিনেশ্যন।
শ্ৰেষ্ঠ পৰিচালকৰ নমিনেশ্যনৰ বাবে নিৰ্বাচিত হোৱা ডেনমাৰ্ক, ইংলেণ্ড, তুৰস্ক আৰু ফ্ৰান্সৰ চাৰিখন ছবিৰ সৈতে জয়ছেং জয় দহোতীয়াৰ হান্দুক হৈছে একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ।