Home ৰাজ্যৰঙিয়াত ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ৰঙিয়াত ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

by News Desk
A+A-
Reset
ovirusi_day

newsnextone.com। ৰঙিয়াঃ  সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো অৰ্জুন ভোগেশ্বৰ বৰুৱা জম্নদিন অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া সঞ্চালক সুভাষ বসুমতাৰী লগতে মন্ত্ৰী ভৱেশ কলিতা।

কাৰ্য্যসূচীত অংশ লৈ ভৱেশ কলিতাই ৰঙিয়া ক্ৰীড়া সংগঠক সকলৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়,শীঘ্ৰে ঘূৰি আহিব ৰঙিয়াত ক্ৰীড়া পৰিৱেশ। লগতে ৰঙিয়াত অনুষ্ঠিত হব আন্তঃৰাজ্যিক ফুটবল টুৰ্ণামেন্ট, শক্তিশালী কৰা হব ৰঙিয়া জিলা ক্ৰীড়া সন্থা। অভিৰুচি ক্ৰীড়া দিৱস দিৱসৰ সামূহিক দৌৰত পূৰ্বৰ তুলনাত সহস্ৰাধিক খেলুৱৈয়ে অংশ গ্ৰহন কৰা পৰিলক্ষিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0