103
গোৱালপাৰাঃ শাৰীৰিক বাধাগ্ৰস্ততাই সফলতাত হেঙাৰ হৈ থিয় দিব নোৱেৰে৷ সময়ে সময়ে এই কথাক বহুতে প্ৰমাণ কৰি আহিছে ৷ এই কথাক আকৌ এবাৰ প্ৰমাণ কৰিলে দৰিদ্ৰ পৰিয়ালৰ জুবাইৰ আহমেদে৷
গোৱালপাৰা জিলাৰ মাৰকুলা গাঁও পঞ্চায়তৰ অন্তগৰ্ত বাতাবাৰি গাঁৱৰ জুবাইৰে মাতবোল কৰিব নোৱাৰাৰ লগতে কানেৰেও নুশুনে৷ কিন্তু তেওঁৰ হাতত প্ৰাণ পাই উঠে একো একো খন আলোকচিত্ৰই৷ এইবাৰ তেও অংকন কৰিছে তেওৰ প্ৰিয় নেতাজনৰ ছবি৷