newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ তেহৰিক-ই-ইন্সাফ চমুকৈ পিটিআয়ে ৯০ খন আসনত আগবাঢ়ি আছে। পাকিস্তান মুছলিম লীগে চমুকৈ পিএমএল ৫২ খন আসনত আৰু পাকিস্তান পিপলছ পাৰ্টি চমুকৈ পিপিপি দলে ৩০ খন আসনত আগবাঢ়ি আছে। ৰাজনৈতিৰ খবৰ ৰখা মহলে পাকিস্তানত প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ তেহৰিক-ই-ইন্সাফ চমুকৈ পিটিআয়ে চৰকাৰ গঠন কৰাৰ আশংকা ব্যক্ত কৰিছে। সমগ্ৰ দেশত প্ৰায় সংখ্যাক আসনত আগবাঢ়ি আছে ইমৰাণৰ দলে।
#PakistanGeneralElections: According to ARY news, Imran Khan’s PTI is leading in trends pic.twitter.com/EB3z3jbgmU