87
ডিজিটেল ডেস্কঃ সম্প্ৰতি অসমৰ সংগীত জগতত জুবিনৰ পিছতেই যদি কাৰোবাৰ নাম আহে, তেন্তে সেয়া পাপন। অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব পাপনে নিজৰ অফিচিয়েল ফেচবুক পেজত ৰং-ধেমালীৰ মাজতে কিশোৰী এগৰাকীক চুমা খোৱাৰ দৃশ্যৰ চৰ্চা আৰম্ভ হৈছে।
তাতে লাইভ কৰোতাগৰীকায়ে কয়, ‘য়ে ক্যায় হো ৰহা হেই’। তেতিয়া গম পাই পাপনে যে ইতিমধ্যে কিচ কৰাৰ দৃশ্য লাইভ হৈ আছিল। থতমত খোৱা পাপনে তেতিয়া লাইভ বন্ধ কৰিবলৈ কয়। তেওঁ কয়, “বন্ধ কৰো য়ে ফেচবুক লাইভ, মিউজিক মিউজিক!”