Home ৰাজ্যবৈদেশিক মন্ত্ৰণালয়ৰ বিশেষ পদক্ষেপ, মঙলদৈত স্থাপন ডাকঘৰ পাৰপত্ৰ কেন্দ্ৰ

বৈদেশিক মন্ত্ৰণালয়ৰ বিশেষ পদক্ষেপ, মঙলদৈত স্থাপন ডাকঘৰ পাৰপত্ৰ কেন্দ্ৰ

by News Desk
88 views
A+A-
Reset

মঙলদৈঃ প্ৰতিগৰাকী লোকক বিদেশ ভ্ৰমণৰ বাবে প্ৰয়োজন পাচপৰ্ট নতুবা পাৰপত্ৰ। কোনো লোকে এখন ভাৰতীয় পাৰপত্ৰ লাভ কৰাটো জটিল প্ৰক্ৰিয়া আছিল। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এগৰাকী আৱেদনকাৰীৰ বিষয়ে চৰজমিন তদন্ত কৰি নিশ্চিত হলেহে কোনো লোকক পাৰপত্ৰ প্ৰদান কৰে। চৰজমিন তদন্ত প্ৰক্ৰিয়াত আৱেদনকাৰীক স্থানীয় আৰক্ষী থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয় বিভিন্ন তথ্য পাতি দাখিল কৰিব লগা হয়৷

শেহতীয়াকৈ ভাৰত চৰকাৰে তেনে নিয়ম শিথিল কৰি সহজলভ্য কৰিছে পাৰ পত্ৰ প্ৰদানৰ ব্যৱস্থাটোক৷ দেশৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ পূৰ্বাঞ্চলত দেশৰ চৰকাৰে স্থাপন কৰিছে ডাকঘৰ পাৰ পত্ৰ কেন্দ্ৰ৷ বিদেশ ভ্ৰমণ সহজ লভ্য কৰাৰ লক্ষ্যৰে চৰকাৰে দেশৰ বিভিন্ন ঠাইত স্থাপন কৰিছে ডাকঘৰ পাৰ পত্ৰ কেন্দ্ৰ৷ দৰং জিলাৰ মঙলদৈত স্থাপন কৰে ডাকঘৰ পাৰ পত্ৰ কেন্দ্ৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0