ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ অন্তৰ্গত বুলডানা জিলাৰ ৯১ গৰাকী কৃষকে বিচাৰিলে ইচ্ছামৃত্যুৰ অনুমতি৷ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিততেই কৃষকসকলে পত্ৰ যোগে উপ-ৰাজ্যপাল তথা মহকুমাধিপতিৰ পৰা ইচ্ছামৃত্যুৰ অনুমতি বিচাৰে৷
Maharashtra: 91 farmers from Buldhana submitted a letter to the Governor & SDO seeking permission for Euthanasia as they are not getting remunerative prices for crops and adequate compensation for their land which has been aquired by the government for construction of a highway. pic.twitter.com/lltXRgrjpt