Home বাণিজ্যতিনিদিনত তিনিবাৰ বৃদ্ধি পেট্ৰল-ডিজেলৰ দাম, গুৱাহাটীত পেট্ৰলৰ মুল্য ৭৭.১৯ টকা প্ৰতি লিটাৰ

তিনিদিনত তিনিবাৰ বৃদ্ধি পেট্ৰল-ডিজেলৰ দাম, গুৱাহাটীত পেট্ৰলৰ মুল্য ৭৭.১৯ টকা প্ৰতি লিটাৰ

by News Desk
47 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পিছতে একেৰাহে তৃতীয়বাৰৰ বাবে বৃদ্ধি হ’ল পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য৷ সোমবাৰে দেশৰ ৪খন মেট্ৰ’ চহৰত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই মঙলবাৰে বৃদ্ধি কৰা হৈছিল পেট্ৰল আৰু ডিজেলৰ দাম৷ 

ইয়াৰ পিছতে পুনৰ বুধবাৰে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধিয়ে জ্বলাকলা খুৱাইছে গ্ৰাহকক৷ মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা বৃদ্ধি হোৱাৰ পিছতে বুধবাৰে পুনৰ বৃদ্ধি কৰা হয় ১৬ পইচাকৈ৷ একেদৰে মঙলবাৰে ডিজেলৰ মূল্য ২২ পইচা বৃদ্ধি হোৱাৰ পিছত পুনৰ বৃদ্ধি হয় ২২ পইচা৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0