Home গুৱাহাটীপ্ৰথমে ১ পইচা, আজি ৭ পইচা, মুঠতে কমিছে পেট্ৰলৰ দাম

প্ৰথমে ১ পইচা, আজি ৭ পইচা, মুঠতে কমিছে পেট্ৰলৰ দাম

by News Desk
73 views
A+A-
Reset

newsnextone.com গুৱাহাটীঃ যোৱা ১৬টা দিন ধৰি  অৰ্থাৎ ৩০ মে’ পৰ্যন্ত অলপ অলপকৈ পেট্ৰলৰ মূল্য বৃদ্ধি কৰি মঙলবাৰে প্ৰতি লিটাৰত ৮০.৬৬ টকা হয়৷ কিন্তু বুধবাৰে পুৱাই যেন দেশৰ চৰকাৰে বহুত ডাঙৰ খবৰটো দিলে৷ কেৱল ডাঙৰ খবৰটোৱে নহয় যেন জনগণৰ বাবে ডাঙৰ কিবা এটা কৰিলে চৰকাৰে৷ চৰকাৰে পেট্ৰলৰ দাম কমালে৷ লগে লগে ছচিয়েল মিডিয়াত চৰ্চা হ’ল৷ একাংশ লোকে কলে ধৈৰ্য ধৰক লাহে লাহে কমি আহিব পেট্ৰলৰ দাম৷ 

আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বঢ়াৰ বাবেহে দাম বঢ়াইছে চৰকাৰে৷ মোডীয়ে সোনকালে দাম কমাব৷ প্ৰশংসা আৰু আনন্দ দুয়োটাই সমানে কৰা হ’ল৷ কিন্তু অচ্ছে দিন আনিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে কিমান কমালে৷ বুধবাৰে পেট্ৰল আৰু ডিজেলত ১ পইচাকৈ হ্ৰাস কৰা হ’ল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0