Home ৰাজ্যপুৱতি পুথিভৰাঁলৰ উদ্যোগত মদ আৰু প্লাষ্টিক মুক্ত সজাগতা সভা অনুষ্ঠিত

পুৱতি পুথিভৰাঁলৰ উদ্যোগত মদ আৰু প্লাষ্টিক মুক্ত সজাগতা সভা অনুষ্ঠিত

by News Desk
A+A-
Reset
b91ff201-4884-4dfc-a43d-12fea52f8108

ডিজিটেল ডেস্ক |কাজিৰঙাঃ বোকাখাতৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আমটেঙাত পুৱতি পুথিভঁৰালৰ উদ্যোগত মদ মুক্ত আৰু প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ নিষিদ্ধ কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, উক্ত সজাগতা কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱাতেই আমটেঙাৰ স্থানীয়লোক সকলে এক চাফাই অভিযানৰ কাৰ্যসূচী হাতত লয়৷ 

হাতে-হাতে ঝাৰু লৈ স্থানীয় লোক সকল ওলাই আহি আমটেঙাৰ দৈনিক বজাৰ গৃহৰ লগতে আমটেঙা চাৰিআলিটো চাফাই অভিযান চলায়৷ ইপিনে, উক্ত চাফাই অভিযানত উপস্থিত থাকি বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম ডাঙৰীয়াই সকলোকে অনুপ্ৰেৰণা যোগোৱাৰ লগতে এনে ধৰণৰ আদৰ্শৰে সকলোকে কাম কৰি যাবলৈ উৎসাহিত কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0