Home দেশ‘এক্স’ত শ্ৰদ্ধাঞ্জলি জনাই গুজৰাটৰ জনসভাত নেহৰুক লৈ মোদীৰ ‘ভিক্টিম কাৰ্ড’

‘এক্স’ত শ্ৰদ্ধাঞ্জলি জনাই গুজৰাটৰ জনসভাত নেহৰুক লৈ মোদীৰ ‘ভিক্টিম কাৰ্ড’

by News Desk
A+A-
Reset
modi new gujrat

গান্ধীনগৰঃ আজি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু বাৰ্ষিকী। এই বিশেষ দিনটোত শীৰ্ষ নেতাসকলৰ লগতে সামাজিক মাধ্যমত নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। কিন্তু তাৰ পিছতে গুজৰাটত জনসভা সম্বোধন কৰি স্বভাৱসুলভ আচৰণেৰেই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মোদী।

পুৱা এক্স হেণ্ডেলত চমুকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জনসভাৰ পৰা নেহৰুৰ নীতিগত সিদ্ধান্তক লৈ কটাক্ষ বাণ এৰে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে যে ভাৰতৰ স্বাৰ্থ বিবেচনা কৰি সিন্ধু জল চুক্তি অতি ভুলকৈ কাৰ্যকৰী কৰা হৈছিল। লগতে তেওঁ অভিযোগ কৰে যে ১৯৪৭ চনত কাশ্মীৰত প্ৰৱেশ কৰা মুজাহিদীনসকলক যদি তাৎক্ষণিকভাৱে নিৰ্মূল কৰা হ’লহেঁতেন তেন্তে বৰ্তমানৰ পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0