61
লাহোৱালঃ কবি সন্মিলনৰ ডিব্ৰুগড় জিলাৰ মদাৰখাত শাখা সমিতিয়ে ‘মদাৰখাতত কবিতাৰ আবেলি’ শীৰ্ষক কবিতা অনুষ্ঠানৰ আয়োজন কৰিছে৷
ঘোঁৰামৰাস্থিত শিক্ষক ভৱনত অবা ২৫ আগষ্টত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হ’ব কবিতাৰ অনুষ্ঠানটো।