81
newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে আৰএছএছৰ মুখ্যকাৰ্যালয়ৰ এক অনুষ্ঠানত অংশ লোৱাৰে পৰা এক চৰ্চাৰ বিষয় হৈ পৰিছে৷ বাতৰি মতে, এই ঘটনাৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক এই সপ্তাহতে কংগ্ৰেছে আয়োজন কৰিবলগীয়া ইফটাৰ পাৰ্টিত আমন্ত্ৰণ কৰা হোৱা নাই৷
ইফালে আশ্বৰ্যজনক বিষয় এয়াও যে কংগ্ৰেছ দ্বাৰা আয়জিত এই অনুষ্ঠানত নিমন্ত্ৰিত লোকসকলৰ পৰা প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰিৰ নামো বাদ পৰিছে।