62
চৰাইদেউঃ নগাঁও কাণ্ডৰ প্ৰতিবাদৰ পৰৱৰ্তী দৃশ্য৷ টাই আহোম যুৱ পৰিষদৰ কৰ্মীক সেনাই মাতি পঠিয়ালে শিবিৰলৈ।
উল্লেখ্য যে, দেওবাৰে চৰাইদেউৰ বৰহাটত নগাঁও কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত বৰহাট নগৰত থকা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্যালয় উঠাই নিয়াৰ দাবী জনাইছিল বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাই।