Home ৰাজ্য‘ডেলিভাৰী বয়’ক প্ৰহাৰ কাণ্ডই জোকাৰিছে ৰাজ্য… কেতিয়ালৈ ভাল হ’ব আৰক্ষীৰ ব্যৱহাৰ?

‘ডেলিভাৰী বয়’ক প্ৰহাৰ কাণ্ডই জোকাৰিছে ৰাজ্য… কেতিয়ালৈ ভাল হ’ব আৰক্ষীৰ ব্যৱহাৰ?

by News Desk
A+A-
Reset
police-delivery-boy-assam

মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানকো এতিয়া কেৰেপ নকৰা হৈ পৰিছে অসম আৰক্ষীৰ একাংশ বিষয়াই। সাধাৰণ জনতাৰ সৈতে আৰক্ষীক মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে ৰাজহুৱা সভা তথা ছ’চিয়েল মিডিয়াযোগে যিমানেই সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি কাম কৰিবলৈ পৰামৰ্শ দিলেও এইসকল আৰক্ষী বিষয়া, কনিষ্টবলে এতিয়াও নিজকে শুধৰাবলৈ সমৰ্থ হোৱা নাই। 

বিপৰীতে এইসকল আৰক্ষী বিষয়া, কনিষ্টবলে নিৰীহ লোকৰ ওপৰত সৰু সৰু কথাতে ৰাং-কুকুৰৰ দৰে জঁপিয়াই পৰা পৰিলক্ষিত হৈছে। শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ ফাঁচী বজাৰতো নীতি-নিয়ম নমনা, নিজকে বৰমতা দেখুৱাই ভালপোৱা এজন আৰক্ষী বিষয়াই সংঘটিত কৰে এক বৰ্বৰ ঘটনা। এই ঘটনাত মুখমণ্ডলত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মানসিকভাৱে ভাগি পৰিছে জ্ঞানদীপ হাজৰিকা নামৰ জমেটোৰ এজন ডেলিভাৰী বয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0