Home ৰাজ্যঅসমত বহুবিবাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ হ’বলৈ আৰু কিমান দিনৰ প্ৰয়োজন হ’ব?

অসমত বহুবিবাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ হ’বলৈ আৰু কিমান দিনৰ প্ৰয়োজন হ’ব?

by News Desk
A+A-
Reset
polygamy-assam

এতিয়া সময়ৰ পৰিৱৰ্তন ঘটিছে। সময়ৰ লগে লগে সলনি হৈছে প্ৰচীন কালৰে পৰা চলি অহা বহু কু প্ৰথাও। ভাৰতীয় সংস্কৃতিত পূৰ্বে চলি অহা সতী দাহ প্ৰথা, দেৱদাসী প্ৰথা আদি পুৰণি প্ৰথা আজি যিদৰে সমাজৰ পৰা বিলুপ্ত ঘটিছে, তেনেদৰেই বিলুপ্তি ঘটোৱাৰ প্ৰয়োজন বৰ্তমানো চলি থকা আন বহু কু-প্ৰথাৰ। তেনে এক প্ৰথাই হ’ল বহুবিবাহ প্ৰথা।

ভাৰতীয় সংস্কৃতিত বহুবিবাহ প্ৰথা এক সাধাৰণ বিষয় আছিল যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া হিন্দু পৰম্পৰাৰ পৰা এই প্ৰথা বাদ পৰিছে। তৎসত্বেও মুছলমান আৰু অন্য কিছু জনগোষ্ঠীৰ মাজত আজিও প্ৰচলিত এই বহুবিবাহ প্ৰথা। একাধিক পত্নী বা স্বামীৰ সৈতে একেলগে বিবাহ পাশত আৱদ্ধ হোৱাৰ অধিকাৰ লাভ কৰা এই কু-প্ৰথাই আজিৰ সমাজত বিৰূপ প্ৰভাৱ পেলাই আহিছে বুলি বিভিন্নজনে দাবী কৰিব খোজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0