62
ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছৰ পৰা সোণৰ পদক আজুৰি আনি দেশলৈ উভতি অহাৰ পিছতে এগৰাকী ভাৰতীয় মহিলা ভাৰত্তোলক আক্ৰমণৰ সন্মুখীন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে৷
অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত হোৱা পুণম যাদৱে ভাৰত্তোলনত সোণৰ মেডেল লাভ কৰি দুদিন পূৰ্বে দেশলৈ উভতি আহে৷ শনিবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ দান্দুপুৰৰ মংগয়াৰলৈ তেওঁৰ খুৰাক কৈলাশ যাদৱক লগ ধৰিবলৈ গৈছিল পুণমে৷