Home গুৱাহাটীপিতৃয়ে কান্দিলে কিয়? গোৰেশ্বৰৰ গেৰুৱাৰ ৰিজুমণিৰ ঘৰলৈ গৈছিল সাংবাদিক…

পিতৃয়ে কান্দিলে কিয়? গোৰেশ্বৰৰ গেৰুৱাৰ ৰিজুমণিৰ ঘৰলৈ গৈছিল সাংবাদিক…

by News Desk
65 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ মূল পথটোৰ পৰা গ্ৰাম্য পথটোৰে সোমাই যোৱাৰ পিছতে বাইক চলাব পৰা পৰিৱেশ নাছিল৷ পথটোত ঠায়ে ঠায়ে গাঁত আৰু গাঁত সমূহত আছিল বোকা-পানী৷ তাৰ পিছতে আৰু এটা উপ-পথ৷ উপ-পথটোত বাইক খন নিব পৰা পৰিৱেশেই নাছিল৷ নিশা পাৰ হৈ যোৱা বৰষুণৰ বাবে তেতিয়াও পথটো শুকাই উঠা নাছিল৷ বাইকৰ চকাটো এবাৰ ইফালে আৰু এবাৰ সিফালে টানি নিছিল৷ মাজপথত লগ পোৱা এগৰাকী লোকক সোধা হ’ল আমি বিচাৰি যোৱা পৰিয়ালটোৰ ঠিকনা৷ লোকগৰাকীয়ে এখন পথাৰৰ মাজত দেখুৱাই দিলে, সেইটোৱে আপোনালোকে বিচাৰি অহা পৰিয়ালটোৰ ঘৰ৷ কোনো মতে বাইক খন নি পৰিয়ালটোত উপস্থিত হ’লো৷

পৰিয়ালটোত উপস্থিত হোৱাৰ পিছতে এগৰাকী মহিলাই ওলাই আহি মাত লগালে৷ তেতিয়াই সোধা হ’ল এইটো উজীৰ আলীৰ ঘৰ হয়নে৷ মহিলাগৰাকীয়ে ক’লে হয়৷ তেওঁ ঘৰত আছেনে বুলি প্ৰশ্ন কৰা হ’ল আৰু মহিলাগৰাকীয়ে ক’লে বাৰীত কাম কৰি থকা বুলি৷ চোতালত বহিব দি উজীৰ আলীক মাতিব গ’ল মহিলাগৰাকীয়ে৷ কিছু সময় পিছতেই উজীৰ আলী উপস্থিত হ’ল চোতালত৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0