Home ৰাজ্যবিশ্বৰ ষষ্ঠ ধনী দেশ ভাৰত, অসমত দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত বিক্ৰী কৰিলে নিজ সন্তানক

বিশ্বৰ ষষ্ঠ ধনী দেশ ভাৰত, অসমত দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত বিক্ৰী কৰিলে নিজ সন্তানক

by News Desk
58 views
A+A-
Reset

কামপুৰঃ বিশ্বৰ ষষ্ঠ ধনী দেশ ভাৰত৷ বিভিন্ন দিশত আগবাঢ়িছে ভাৰত৷ বিশ্বত এতিয়া সকলোৱে জানে ভাৰতক ধনী দেশ বুলি৷ দেশ উন্নতিৰ পথত বুলি কলে বঢ়াই কোৱা নহব৷ শাসকীয় বিজেপি দলে সভাই সমিতিয়ে দেশৰ উন্নয়ন হোৱা বুলি কৈ আহিছে৷ সভাই সমিতিয়ে দিয়া ভাষণ বোৰ শুনিলে এনে লাগে যেন দেশত এতিয়া দৰিদ্ৰ লোকৰ সংখ্যা নাইকিয়া হৈছে৷

কিন্তু প্ৰকৃত ছবি খন তেনেকুৱা নহয় যেন লাগে৷ কিয়নো আজিও দৰিদ্ৰ পৰিয়ালে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ সন্তানক স্কুলৰ পৰিবৰ্তে আনৰ ঘৰত নতুবা হোটেল, উদ্যোগত কাম কৰিবলৈ নিয়োগ কৰে৷ তাৰ মাজতে উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ ৰাজ্য অসমত এটি দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত সন্তান বিক্ৰী কৰাৰ দৰে মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ আৰ্থিক দৈন্যতাৰ বাবে দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত সন্তান বিক্ৰী কৰাৰ দৰে ঘটনা সংঘটিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0