Home বাণিজ্যGST ৰ প্ৰভাৱঃ দাম কমিল বিলাসী বাহনৰ

GST ৰ প্ৰভাৱঃ দাম কমিল বিলাসী বাহনৰ

by News Desk
76 views
A+A-
Reset

ডিজিটেল ডেস্কঃ জিএছটিৰ ফলতে দাম কমিছে বহু বিলাসী বাহনৰ। 
জিএছটিৰ ফলত মাৰুটি চুজুকিয়ে প্ৰতিষ্ঠানটোৰ সকলো বাহনৰ মুল্য ৩% হ্ৰাস কৰিছে৷ এল্টোৰ মুল্য ২,৩০০ৰ পৰা ৫,৪০০ পৰ্যন্ত হ্ৰাস কৰিছে প্ৰতিষ্ঠানটোৱে৷ ৱাগনআৰৰ মুল্য ৫৩০০ৰ পৰা ৮,৩০০ আৰু চুইফটৰ মুল্য ৬,৭০০ৰ পৰা ১০,৭০০ পৰ্যন্ত হ্ৰাস কৰা হৈছে৷


আনহাতে হোণ্ডাই সৰ্বাধিক ১ লাখলৈ হ্ৰাস কৰিছে বাহনসমুহৰ মুল্য। হোণ্ডাৰ ব্ৰাইওৰ মুল্য ১২,২৭৯ টকালৈ আৰু এমেজৰ মুল্য ১৪ হাজাৰ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে৷ হোণ্ডাৰ জনপ্ৰিয় চিডান চিটিৰ মুল্য নুন্যতম ১৬ হাজাৰ পৰা সৰ্বাধিক ২৮হাজাৰ পৰ্যন্ত হ্ৰাস কৰা হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0