55
newsnextone.com | গুৱাহাটীঃ নাৰী সুৰক্ষিত ক’ত? এয়া লৈ এতিয়া সকলোৱে সন্দেহ প্ৰকাশ কৰে৷ দেশৰ ভিতৰে বাহিৰে প্ৰতিদিনে অনেক নাৰী নিৰ্যাতিত, লাঞ্চিত হৈ অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে৷
নাৰী সুৰক্ষাৰ নামত প্ৰশাসনে নতুন নতুন আইন প্ৰৱৰ্তন কৰিলেও কিন্তু নাৰী নিৰ্যাতনৰ ঘটনা ৰোধ হোৱা পৰিলক্ষিত হোৱা নাই৷ ঘৰৰ ভিতৰত, বাছ ষ্টপেজত, ৰে’লৱে ষ্টেচনত, অফিচত সকলোতে নাৰী একাংশ পুৰুষৰ কামনাৰ ৰোষত পৰি সৰ্বশ্ৰান্ত হোৱাৰ দৰে ঘটনা ঘটিয়েই আছে৷