60
গুৱাহাটীঃ বহু বিৰতিৰ পিছত পুনৰ সংগীতৰ মাজলৈ ঘুৰি আহিছে সুকণ্ঠী গায়িকা প্ৰণতি খাউণ্ড৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত তেওঁৰ নৱতম ভিডিঅ গীত ‘মই হেৰায় গ’লে’ মুক্তি লাভ কৰে৷
এসময়ৰ জনপ্ৰিয় ৰেডিঅ’ শিল্পী প্ৰণতি খাউণ্ডৰ আজিৰ গীতৰ শুভমুক্তিৰ লগতে জীয়ৰী সঞ্চিতা খাউণ্ডৰো জীৱনৰ প্ৰথমটো গীত ‘কিয় জানো’ মুক্তি দিয়া হয়।