Home গুৱাহাটীমঙলবাৰে পেট্ৰল ৮০.০৩ টকা, দাম কমিল ১৪ পইচা

মঙলবাৰে পেট্ৰল ৮০.০৩ টকা, দাম কমিল ১৪ পইচা

by News Desk
56 views
A+A-
Reset

newsnextone.com গুৱাহাটীঃ ক্ৰমাগতভাৱে হ্ৰাস পাইছে পেট্ৰল-ডিজেলৰ দাম৷ মূল্যবৃদ্দিয়ে একেৰাহে প্ৰায় এটা পষেক দেশবাসীক হাৰাশাস্তি কৰাৰ পিছত এতিয়া প্ৰায় এসপ্তাহ পূৰ্বে আৰম্ভ হোৱা মূল্য হ্ৰাসৰ গতি মঙলবাৰেও অবিৰত আছে৷ মঙলবাৰে পেট্ৰলত ১৪ পইচা আৰু ডিজেল ১০ পইচা প্ৰতি লিটাৰত হ্ৰাস পোৱা পৰিলক্ষিত হয়৷ 

আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বঢ়াৰ বাবে দাম বৃদ্ধি হৈছিল পেট্ৰল-ডিজেলৰ৷ মূল্যবৃদ্দিৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়৷ মূল্যবৃদ্ধিৰ ফলত সংঘটিত হোৱা যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি তথা অন্যান্য লাগতীয়াল সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধৰণ জনতাক মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0