Home গুৱাহাটীসাম্প্ৰদায়িক সংঘৰ্ষ লগাব এই খন বিধেয়কে, নিৰীহ মানুহৰ তেজ যাবঃ প্ৰস্তুতি

সাম্প্ৰদায়িক সংঘৰ্ষ লগাব এই খন বিধেয়কে, নিৰীহ মানুহৰ তেজ যাবঃ প্ৰস্তুতি

by News Desk
68 views
A+A-
Reset

গুৱাহাটীঃ ৰাজ্যৰ জনসাধাৰণে সোমবাৰে ওলাই আহিছে ঘৰৰ পৰা৷ মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য প্ৰকাশ কৰিছে৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ 

পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷ অসমৰ জাতীয় দল-সংগঠন, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকসকলেও সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ দল-সংগঠনৰ লগতে কন্ঠশিল্পী মানস ৰবিন, সীমান্ত শেখৰ, তৰালি শৰ্মা, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আদিয়ে সাক্ষ্য প্ৰদান কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0