Home ৰাজ্যনগাঁও জুৰীয়াত গামোছা জ্বলোৱাৰ ঘটনাক গৰিহনা ধেমাজি দল-সংগঠনৰ

নগাঁও জুৰীয়াত গামোছা জ্বলোৱাৰ ঘটনাক গৰিহনা ধেমাজি দল-সংগঠনৰ

by News Desk
58 views
A+A-
Reset

ধেমাজিঃ যোৱা ১৭ চেপ্তেম্বৰত নগাওঁ জিলাৰ জুৰীয়া সমষ্টিত এখন মহাবিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলৰ ভাতৃ সংগঠন এন এছ ইউ আইয়ে এক অভাৱনীয় পৰিস্থিতিত সমষ্টিটোৰ বিধায়কৰ সন্মুখতে অসমীয়া জাতিৰ ধ্বজ্জা গামোছাক ভৰিৰে গচকাতে ক্ষান্ত নাথাকি দাহ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে ধেমাজি জিলাৰ চিচিবৰগাঁও-চিলাপথাৰৰ বিভিন্ন দল-সংগঠনে৷

এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰি বাৰে বাৰে অসমীয়াক অপমান কৰাৰ পিছতো ভাৱলেশহীন জাতীয় নায়কৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ চিচিবৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক কংকনজ্যোতি ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে, জাতি, মাটি আৰু ভেঁটি ৰক্ষা কৰাৰ স্বাৰ্থত গঠন হোৱা চৰকাৰে অসমীয়াৰ আৰ্তনাদ চাই সন্তুষ্টিৰ হাঁহি মৰা সকলক, তেনে হৃদয়হীন অমানুহবোৰ তথা অসমীয়া জাতিৰ মাৰণাস্ত্ৰ নিৰ্মাণকাৰী কালপ্ৰিটবোৰক অতিশীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে অসমীয়া জাতিৰ আজ্ঞাবাহী ভৃত্যৰূপে গঢ়ি তুলি কেৱল অসমীয়াৰ প্ৰভূত্ব ৰক্ষাৰ স্বাৰ্থত নিয়োজিত কৰাওক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0