চাফাই কৰ্মীৰ ধৰ্মঘটত কদৰ্যময় ডিফু চহৰ, ৫৫ মাহৰ বকেয়া দৰমহাৰ...

Home ৰাজ্যচাফাই কৰ্মীৰ ধৰ্মঘটত কদৰ্যময় ডিফু চহৰ, ৫৫ মাহৰ বকেয়া দৰমহাৰ দাবীত প্ৰতিবাদ

চাফাই কৰ্মীৰ ধৰ্মঘটত কদৰ্যময় ডিফু চহৰ, ৫৫ মাহৰ বকেয়া দৰমহাৰ দাবীত প্ৰতিবাদ

by News Desk
76 views
A+A-
Reset

ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ ডিফু পৌৰ সভাৰ চাফাই কৰ্মী সকলৰ ৫৫ মাহৰ বকেয়া দৰমহা আদায়ৰ দাবীত চাফাই কৰ্মী সকলে যোৱা ১৫ ছেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্ট কালীন ধৰ্মঘট কাৰ্যসূচী পালন কৰি অহাৰ বাবে ডিফু চহৰত এক কদৰ্যময় পৰিবেশৰ সৃষ্টি হৈছে৷ চাফাই কৰ্মী সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে মাজে সময়ে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বহু উদাহৰণ আছে৷ 

চাফাই কৰ্মী সকলৰ নুন্যতম দাবী আৰু অনাদায় দৰমহা খিনি বহু কেইজন নগৰ সমিতিৰ অধ্যক্ষই পূৰণ কৰাত সক্ষম নহ’ল৷ বৰ্তমান নগৰ সমিতিখন ভংগ হৈ থকাৰ পৰিপ্ৰেক্ষিতত নগৰ সমতি খন পৰিষদৰ তত্বাৱধনাত আছে৷ যোৱা ৪ আগষ্টত চাফাই কৰ্মচাৰী সকলে এই সন্দৰ্ভত ডিফু নগৰ সমিতিৰ দায়িত্বত থকা কাৰ্যবাহী বিষয়াৰ ওচৰত তেওঁলোকৰ বকেয়া দৰমহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত আদায় নাপালে অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে অন্তিম সীমা বান্ধি দিছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0