Home ৰাজ্য৯০ বছৰীয়া ৰোগীয়া ডিমাচা ৰজাৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজক ডিমাচাৰ ওচৰত

৯০ বছৰীয়া ৰোগীয়া ডিমাচা ৰজাৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজক ডিমাচাৰ ওচৰত

by News Desk
126 views
A+A-
Reset

কামপুৰঃ ৰোগীয়া দেহেৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ডিমাচা ৰজাই৷ ৰজা তুলাৰাম সেনাপতিৰ পঞ্চম জন পু-নাতি ৰজা ধৰ্মেশ্বৰ কোঁৱৰ ৰোগীয়া দেহেৰে হাতত লাখুটি লৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাইবংৰ ঘটনাৰ বাবে ক্ষমা খোজাৰ দাবী জনায়৷  ৰাজ্যত মাইবং কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে ডিমাচা ৰজাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷

বিগত ২৫ জানুৱাৰীত মাইবঙত ডিমা হাচাও জিলাক নাগালিমত অন্তৰ্ভুক্তি কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুজনকৈ ডিমাচা যুৱকৰ প্ৰাণ যোৱা ঘটনাৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ নগাঁও জিলাৰ কপিলীপৰীয়া ডিমাচা সমাজে মঙলবাৰে কামপুৰত প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে ডিমাচা নেতৃবৃন্দ তথা চৰকাৰৰ পৰা ৰজা ধৰ্মেশ্বৰ কোঁৱৰে উচিত মৰ্য্যদা পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0