Home গুৱাহাটীঅসমীয়াৰ সাক্ষ্য অসমতে ল’ব লাগিব সংসদীয় যুটীয়া সমিতিয়ে, ধৰ্মঘটত বহিল বিশিষ্ট বুদ্ধিজীৱী

অসমীয়াৰ সাক্ষ্য অসমতে ল’ব লাগিব সংসদীয় যুটীয়া সমিতিয়ে, ধৰ্মঘটত বহিল বিশিষ্ট বুদ্ধিজীৱী

by News Desk
68 views
A+A-
Reset

গুৱাহাটীঃ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱৰ সন্মুখত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কেন্দ্ৰীয় চৰকাৰে অসমত বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে যুটীয়া সংসদীয় সমিতিক অসমলৈ আহি অসমীয়াৰ মত গ্ৰহণ কৰাৰ দাবীত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই৷

১২ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে অসমৰ একাংশ বচা বচা দল-সংগঠনৰ সাক্ষ্য ল’বলৈ সংসদীয় যুটীয়া সমিতিয়ে দিল্লীলৈ মাতিছিল যদিও হঠাৎ এই কাৰ্যসূচী স্থগিত ৰাখে চৰকাৰে৷ সাক্ষ্য গ্ৰহণৰ বাবে ১২ মাৰ্চৰ দিন ধাৰ্য কৰাৰ পিছৰে পৰা অসমৰ দল-সংগঠনে অসমৰ সকলো দল-সংগঠনৰ মত গ্ৰহণৰ লগতে সংসদীয় যুটীয়া সমিতিক অসমলৈ আহি সাক্ষ্য গ্ৰহণৰ দাবী জনাইছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0