Home ৰাজ্যঅভয়াপুৰীত নগাঁও কাণ্ডৰ প্ৰতিবাদ

অভয়াপুৰীত নগাঁও কাণ্ডৰ প্ৰতিবাদ

by News Desk
109 views
A+A-
Reset

অভয়াপুৰীঃ জাতি, মাটি, ভেটিক সুৰক্ষা দিয়াৰ ঘোষণাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যৰ শাসন ক্ষমতা লাভ কৰি শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰৰ পিছত নগাঁৱত খিলঞ্জীয়াৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক লৈ আজিও উত্তাল হৈ আছে ৰাজ্য।

যোৱা ২২আগষ্টত নগাঁৱত আটা ব্যৱসায়িক সংস্থাৰ আক্ৰমনৰ বলি হৈছিল মুন বৰা সহিতে ৫ প্ৰাক্তন যুৱক৷ বহিৰাগত বণিয়াৰ নিকৃষ্ট আক্ৰমণৰ লগতে ধনদাবীৰ মিছা অভিযোগত হত্যাৰ প্ৰচেষ্টা চলোৱাৰ কাৰ্যৰ বিৰুদ্ধে সমগ্র অসমত প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰাজপথ প্ৰতিবাতী কণ্ঠেৰে উত্তাল হৈ পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0