56
শুক্লাইঃ সৰ্বানন্দ সোনোৱাল-হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে আজি উত্তাল হৈ পৰিল ডিমাকুছিৰ শুক্লাই৷
ওদালগুৰি-তামুলপুৰ পথ নিৰ্মাণ লেহেমিয়া গতি আৰু শুক্লাই নদীত দলং নোহোৱাৰ প্ৰতিবাদ আজি কেইবাটাও দল সংগঠনে শুক্লাইত তীব্ৰপ্ৰতিবাদ সাব্যস্ত কৰে৷