ডিজিটেল ডেস্কঃ যদি আপোনা পৰিয়ালটো দৰিদ্ৰ৷ আপোনাৰ যদি শৌচালয় নিৰ্মাণ কৰাৰ ক্ষমতা নাই নাই তেন্তে আপুনি পাহৰি যাওক চৰকাৰৰ পৰা লাভ কৰিব লগা সকলো সাহায্যৰ কথা৷ দৃষ্টিত এক দৃষ্টান্তমূলক সিদ্ধান্তৰে শনিবাৰে পুডুচেৰীৰ ৰাজ্যপাল কিৰণ বেদীয়ে ঘোষণা কৰে যে বিনামূলীয়া চাউল আৰু অন্যান্য সামগ্ৰী যোগান ধৰা গ্ৰাম্য অঞ্চলসমূহ যেতিয়ালৈকে আৱৰ্জনামুক্ত নহয়, তেতিয়ালৈকে ৰাজসাহায্য প্ৰদান কৰা নহ’ব৷
এক বিবৃতিযোগে ৰাজ্যপালগৰাকীয়ে কয় যে গাঁও সমূহে প্লাষ্টিকৰ আৱৰ্জনা তথা ব্যৱহাৰ আৰু খাদ্য মুক্ত অৱস্থাত ৰাখিলে তাৰ বাবে পৰিদৰ্শকৰ ওচৰত কৈফিয়ৎ দিব লাগিব৷ তেনে নোহোৱা পৰ্যন্ত বিনামূলীয়া খাদ্যৰ যোগান বন্ধ কৰি ৰখা হ’ব৷