89
ডিজিটেল ডেস্কঃ এছীয়া বেডমিন্টন চেম্পিপিয়নশ্বিপত ভাগ লোৱা ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ বেডমিন্টন খেলুৱৈ এচ এচ প্ৰণ্ণয় আৰু চাইনা নেহৱাল চেমিফাইনেলতে থমকিবলগীয়া হয়।
ছেমিফাইনেলত পৰাজয় বৰণ কৰি খেলৰ পৰা বাহিৰ হয় দুয়ো খেলুৱৈ৷ যোৱা বছৰ চাইনাই বিজয়ী টাই য়িংগৰ লগত হাৰ মানিছিল৷ আনহাতে প্ৰণ্ণয়ে অলিম্পিকৰ বিজেতা চেন লুংগ লগত পৰাজয় বৰণ কৰিব লগা হয়৷